New Update
/asomiyapratidin/media/media_files/2025/11/25/ujjjdd-2025-11-25-08-37-33.jpg)
- তিনিচুকীয়াৰ মাকুমৰ শুকানপুখুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
- নৈশ বাছ আৰু এখন এম্বুলেন্সৰ মুখামুখি সংঘৰ্ষ।
- এম্বুলেন্সখনত থকা ৩জন লোকৰ থিতাতে মৃত্যু।
- ঘটনাত আহত আন কেইবাজনো লোক।
- নিহত লোককেইজন এই পৰ্যন্ত চিনাক্ত হোৱা নাই।
- মুঠ ৭গৰাকী আৰোহী আছিল এম্বুলেন্সখনত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us