স্বামী থাকে চেন্নাইতঃ অকলশৰীয়া পত্নীক মূৰত আঘাত কৰি হত্যা দুৰ্বৃত্তৰ...

dangor khabar
dangor khabar
  • এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে টিংখাঙত।

  • টিংখাঙৰ কাকৱনী ব্লক গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড।

  • দুৰ্বৃত্তই বাসগৃহতে হত্যা কৰি থৈ যায় এগৰাকী মহিলাক।

  • নিহত মহিলাগৰাকীৰ নাম নীৰদা শইকীয়া।

  • মহিলাগৰাকীৰ মূৰত গধুৰ অস্ত্রৰে আঘাত কৰা চিন স্পষ্ট।

  • মহিলাগৰাকীৰ স্বামী বৰ্তমান চেন্নাইত কৰ্মৰত।

  • ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in