/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/08/dangor-khobr-5.jpg)
dangor khabar
এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে টিংখাঙত।
টিংখাঙৰ কাকৱনী ব্লক গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড।
দুৰ্বৃত্তই বাসগৃহতে হত্যা কৰি থৈ যায় এগৰাকী মহিলাক।
নিহত মহিলাগৰাকীৰ নাম নীৰদা শইকীয়া।
মহিলাগৰাকীৰ মূৰত গধুৰ অস্ত্রৰে আঘাত কৰা চিন স্পষ্ট।
মহিলাগৰাকীৰ স্বামী বৰ্তমান চেন্নাইত কৰ্মৰত।
ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us