২৭ নং ৰাষ্টীয় ঘাইপথৰ টিহুৰ নাথকুছিত ৫৩ টা ম'হভৰ্তি কণ্টেইনাৰ জব্দ

টিহু আৰক্ষীয়ে জব্দ কৰা ম'হভৰ্তি কন্টেইনাৰখন ৰাখিছে টিহু আৰক্ষী থানাত।

author-image
Asomiya Pratidin
New Update
image (36)
  • ২৭ নং ৰাষ্টীয় ঘাইপথৰ টিহুৰ নাথকুছিত ৫৩ টা  ম'হভৰ্তি কণ্টেইনাৰ জব্দ 
  • জব্দ কৰা কনন্টেইনাৰখনৰ নম্বৰ NL-01AH-5473
  • টিহু আৰক্ষীয়ে জব্দ কৰা ম'হভৰ্তি কন্টেইনাৰখন ৰাখিছে টিহু আৰক্ষী থানাত
  • কন্টেইনাৰখন শ্ৰীৰামপুৰৰ পৰা মেঘালয়লৈ গৈ আছিল বুলি জানিব পৰা গৈছে

টিহু