New Update
/asomiyapratidin/media/media_files/2025/03/07/3F7Hf3Si5qOoWksFd4sL.jpg)
চাবুৱাত বাঘ পিঞ্জৰাবদ্ধ
- চাবুৱাত বাঘ পিঞ্জৰাবদ্ধ।
- চাবুৱাৰ গোঁহাই গাঁৱত প্ৰকাণ্ড নাহৰফুটুকী হ'ল পিঞ্জৰাবদ্ধ।
- অঞ্চলবাসীক দীৰ্ঘদিনে সন্ত্ৰাসিত কৰি আহাছিল বাঘটোৱে।
- অৱশেষত শুকুৰবাৰে পুৱাই বনবিভাগৰ পিঞ্জৰাত বাঘটো বন্দী হোৱাত সকলোৱে স্বস্তিৰ নিশ্বাস পেলাইছে।