জুৰীয়াত বাঘৰ আক্ৰমণ, গুৰুতৰভাৱে আহত এজন...

জুৰীয়াত বাঘৰ আক্ৰমণ, গুৰুতৰভাৱে আহত এজন...

author-image
Asomiya Pratidin
New Update
জুৰীয়াত বাঘৰ আক্ৰমণ,  গুৰুতৰভাৱে আহত এজন...

ডিজিটেল ডেস্কঃ জুৰীয়াত বন ৰজাৰ সন্ত্ৰাস। বাঘৰ আক্ৰমণত এগৰাকী লোক গুৰুতৰভাৱে আহত হৈছে জুৰীয়াত। জুৰীয়াৰ পুঠিমাৰিত সংঘটিত হৈছে এই ঘটনা ।বাঘৰ আক্ৰমণৰ বলি হোৱা লোকজন হৈছে জুৰীয়াৰ বলিকটিয়াৰ আব্দুল ৰেজ্জাক।

Advertisment

পথাৰত কাম কৰি থকা অৱস্থাতে ঢেকীয়া পতীয়া বাঘৰ আক্ৰমণৰ বলি হয়। ৩ জুলাইতো লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা উক্ত ঢেকীয়া পতীয়া বাঘটোৰ আক্ৰমণৰ বলি হৈছিল তিনিজনকৈ লোক। বনবিভাগে বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল যদিও ব্যৰ্থ হৈছিল।

Also Read: সকলো আহিল! কিন্তু আম্বানীৰ বিয়ালৈ বিৰাট নাহিল...

জুৰীয়া