দলগাঁৱৰ অন্তৰ্গত কাছোমাৰী সোণাৰি গাঁৱত বাঘৰ আতংক বাঘৰ আক্ৰমণত জাহেৰ আলী নামৰ এজন লোক গুৰুতৰভাবে আহত লোকজনৰ ঘৰ কাছোমাৰী সোণাৰি গাঁৱত আহত লোকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ