New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/cb30055c-2736-4d6c-87e4-742faca900df/rupohi_hat_21.jpg)
rupohihat
ৰূপহীহাটত ব্ৰজপাতৰ ঘটনা।
ব্ৰজপাতত আহত একেঘৰৰ দুজন লোক।
আহত দুয়ো ভাতৃ-ভগ্নী বুলি জানিব পৰা গৈছে।
ৰূপহীহাটৰ নাঙলধোৱাত সংঘটিত হৈছে এই ঘটনা।
আহতদ্বয়ক উন্নত চিকিৎসাৰ বাবে নগাওঁ চিভিল হাস্পতাললৈ প্ৰেৰণ।