New Update
/asomiyapratidin/media/media_files/2025/07/09/1-2025-07-09-11-44-13.jpg)
- পাঞ্জাবাৰীৰ মছজিদত গাহৰি মাংস পেলোৱা অভিযুক্তক আটক
 - দিছপুৰ আৰক্ষীয়ে আটক কৰে মৃদুপৱন পাঠক নামৰ এজন যুৱকক
 - বৰপেটাৰ পৰা আটক মৃদুপৱন পাঠকক
 - জেৰাত মছজিদত গাহৰি মাংস পেলোৱাৰ কথা স্বীকাৰ মৃদুপৱনৰ
 - গোচৰ নং ৫৬৮/২৫ U/S১৯৬(২) BNS ভিত্তিত তলব মৃদুপৱনক
 - বৰপেটাৰ ৯ নং ৱাৰ্ডৰ নিৱাসী মৃদুপৱন পাঠক
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us