New Update
/asomiyapratidin/media/media_files/2025/11/01/1-2025-11-01-12-02-56.jpg)
- পশ্চিম কাৰ্বি আংলঙৰ উমচুৱাইত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
- নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত মেক্স পিকআপ বাহন
- তিৱা লাংখন উৎসৱ উপভোগ কৰি ওভতাৰ পথত সংঘটিত হয় দুৰ্ঘটনাটো
- দুৰ্ঘটনাত থিতাতে নিহত ৩ গৰাকী মহিলা
- নিহতসকল- মানি আমচং, কুলবাৰী মালা,চিলুনী আমচং
- আন ১৫ জন যাত্ৰী গুৰুতৰভাৱে আহত
- আহত সকলক উমপেনাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ
- দুৰ্ঘটনাত পতিত বাহন খনৰ নম্বৰ- AS01C6664
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us