ধিং, বটদ্ৰৱাত চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, জব্দ বাহনসহ ২০টা গৰু

ধিং আৰক্ষী আৰু বটদ্ৰৱা আৰক্ষীয়ে পৃথকে পৃথকে চলোৱা অভিযানত চোৰাং গৰু ভৰ্তি তিনিখনকৈ বাহন জব্দ কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
gsdyadgswdguswd

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ধিং আৰক্ষী আৰু বটদ্ৰৱা আৰক্ষীয়ে পৃথকে পৃথকে চলোৱা অভিযানত চোৰাং গৰু ভৰ্তি তিনিখনকৈ বাহন জব্দ কৰিবলৈ সক্ষম হয়।

WhatsApp Image 2026-02-04 at 12.27.18 PM (4)

ধিং আৰক্ষীয়ে গৰু ভৰ্তি দুখনকৈ বাহনত ১৩ টা গৰু আৰু বটদ্ৰৱা আৰক্ষীয়ে এখন বাহনত ৭ টা গৰু জব্দ কৰে।

WhatsApp Image 2026-02-04 at 12.27.18 PM (1)

অৱশ্য়ে আৰক্ষীয়ে চলোৱা অভিযানত বাহনৰ চালক হেণ্ডিমেনে পলায়ন কৰে।

WhatsApp Image 2026-02-04 at 12.27.18 PM (3)

সঘনাই হৈ থকা চোৰাং গৰু সৰবৰাহক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে ব্য়াপক প্ৰতিক্ৰিয়াৰ।

চোৰাং গৰু সৰবৰাহকাৰী চোৰাং গৰু সৰবৰাহ চোৰাং গৰু