New Update
/asomiyapratidin/media/media_files/2025/08/05/breaking-news-2025-08-05-11-22-51.jpg)
- সৰুপথাৰৰ গেলাবিলত সংঘটিত মৰেল পুলিচিং ঘটনাৰে জড়িত আন ৩জনক আটক
- আটক ধৃত হেমন্ত বৰা, পূৰৱী বৰা আৰু সুশীলা বৰা
- নিশা গোলাঘাট আৰক্ষীৰ অভিযানত আটক আটাইকেইজনক
- বৰ্তমানেও পলাতক মূল অভিযুক্ত ৰঞ্জিৎ শ্রেষ্ঠ, শশাংক শ্রেষ্ঠ
- দুয়োজন অভিযুক্ত নেপাললৈ পলাই যোৱাৰ সন্দেহ স্থানীয় লোকৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us