New Update
/asomiyapratidin/media/media_files/2026/03/02/image-36-2026-03-02-10-41-47.png)
- ইজৰাইল-ইৰানৰ মহাযুদ্ধৰ মাজতে এইবাৰ পাকিস্তান-আফগানিস্তানৰ যুদ্ধ
- আফগানিস্তানৰ ৪৬টা স্থানত পাকিস্তানৰ ভয়ংকৰ আক্ৰমণ
- পাকিস্তানৰ আক্রমণত নিহত ৪৫১জন আফগান সেনা
- আক্ৰমণত ৫৮০ৰো অধিক আফগান সেনা গুৰুতৰভাৱে আহত
- ইপিনে পাকিস্তানৰ ৰাৱালপিণ্ডীত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক
- নুৰ খান এয়াৰবেছত কৰে ভয়ংকৰ আক্ৰমণ
- তালিবানৰ আন কেইবাটাও স্থানত মিছাইল আক্রমণ
- অপাৰেচন সিন্দূৰৰ সময়তো আক্ৰমণৰ বলি হৈছিল নুৰ খান এয়াৰ বেছ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us