/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5259dad2-1052-4097-9679-4a89d02f19cc/agranii.jpg)
agrani khabar
মহানগৰীৰ ৰুক্মিণী গাঁৱত চিলনী চোৰৰ সন্ত্রাস।
চিনাকি পথৰ য়াচিকা এপাৰ্টমেণ্টত সংঘটিত এই ঘটনা।
এগৰাকী মহিলাৰ ডিঙিৰ চেইন কাঢ়িলে দুই দুৰ্বৃত্তই।
ভুক্তভোগী মহিলাগৰাকীৰ নাম অমিয়া দেৱী ভূঞা।
ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য।
এপাৰ্টমেণ্টৰ ভিতৰত প্ৰৱেশ কৰি চিলনী চোৰে চলোৱা এই সন্ত্ৰাসত আশ্চৰ্য প্ৰকাশ কৰিছে আৱাসীসকলে।
ইফালে এই সমগ্ৰ ঘটনা বন্দী হৈছে চি চি টিভি কেমেৰাত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us