ভিৰৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযানঃ আটক আনোৱাৰ হুছেইন

জুবিন ক্ষেত্ৰত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। ভিৰৰ সুযোগ লৈ চোৰে চলাইছে চাফাই অভিযান। শ্ৰদ্ধাঞ্জলিৰ বাবে আগবঢ়োৱা অনুৰাগীৰ ধন মোনাত ভৰাই উধাও হোৱাৰ চেষ্টা।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-02 at 3.50.14 PM
  • জুবিন ক্ষেত্ৰত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ
  • ভিৰৰ সুযোগ লৈ চোৰে চলাইছে চাফাই অভিযান
  • শ্ৰদ্ধাঞ্জলিৰ বাবে আগবঢ়োৱা অনুৰাগীৰ ধন মোনাত ভৰাই উধাও হোৱাৰ চেষ্টা
  •  কিছুদিন আগতে জুবিনৰ সমাধিত হৈছিল অনুৰূপ ঘটনা
  •  অনুৰাগীয়ে আগবঢ়োৱা ধন চোৰ কৰা চোৰটোক আজি ৰাইজে কৰে কৰায়ত্ত
  •  কৰায়ত্ত কৰা চোৰটো বকো ধুপধাৰাৰ আনোৱাৰ হুছেইন
  •  চোৰ কৰাৰ সমগ্ৰ দৃশ্য চিচি টিভিত বন্দী
  •  চোৰটোক ইতিমধ্যে জুবিন ক্ষেত্ৰৰ পৰা আটক কৰে সোণাপুৰ আৰক্ষীয়ে
  • আটক কৰি থানালৈ লৈ যায় ধৃত আনোৱাৰ হুছেইনক
জুবিন গাৰ্গ জুবিন