New Update
/asomiyapratidin/media/media_files/2025/12/04/402-2025-12-04-23-20-11.jpg)
- বজালীৰ পাঠশালাত ৰাইজে হাতে-লোটে কৰায়ত্ত কৰিলে এজন চোৰক ।
- মটৰ চাইকেল চুৰি কৰি লৈ আহোতে ৰাইজে কৰায়ত্ত কৰে চোৰটোক।
- পাঠশালা মডেল ইংলিছ স্কুলৰ আগৰ পৰা চোৰ কৰিছিল এখন মটৰ চাইকেল।
- মটক চাইকেলখনৰ লগতে চোৰটোক কৰায়ত্ত কৰি পাঠশালা আৰক্ষীক গটাই দিয়ে ৰাইজে ।
- বৰ্তমানলৈকে চোৰটোৰ প্ৰকৃত পৰিচয় উদ্ধাৰ হোৱা নাই।
- পাঠশালা আৰক্ষীয়ে চোৰটোক জেৰা চলাই আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us