New Update
/asomiyapratidin/media/media_files/2025/05/09/QxSdwY6a6C5ylemoP6vK.jpg)
যুদ্ধকালীন পৰিৱেশত এইকেইটা কথা মন দিব
- যুদ্ধকালীন পৰিৱেশত উৰা বাতৰিক প্ৰশ্ৰয় নিদিব।
 - শংকিত নহ’ব, সজাগ হ’ব- সচেতন হ’ব।
 - আকাশমাৰ্গেৰে যোৱা যুদ্ধ বিমান দেখিলে ঘৰৰ ভিতৰত সোমাব।
 - যুদ্ধকালীন পৰিৱেশত অপ্ৰয়োজনত বাহিৰলৈ নোলাব।
 - চৰকাৰী নিৰ্দেশনা মানি চলিব।
 - আৰক্ষী- প্ৰশাসনৰ নিৰ্দেশনাক অৱজ্ঞা নকৰিব।
 - শান্তি- শৃংখলা বজাই ৰাখিব।
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us