New Update
/asomiyapratidin/media/media_files/2025/03/18/P0P9spBEReab6iptp1fQ.jpg)
তিনিচুকীয়াত বাতিল বিহাৰ দিৱসৰ কাৰ্যসূচী
- তিনিচুকীয়াত বিহাৰ দিৱস বাতিলৰ সিদ্ধান্ত
- ৰাজ্যই ৰাজ্যই বিহাৰ দিৱস উদযাপনৰ প্ৰস্তুতি চলাইছে বিজেপিয়ে
- ২২ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈকে বিহাৰ দিৱসৰ কাৰ্যসূচী
- অসমৰো দুটাকৈ স্থানত চলাইছিল বিহাৰ দিৱস উদযাপনৰ প্ৰস্তুতি
- ৰাজভৱনৰ লগতে তিনিচুকীয়াতো চলাইছিল বিহাৰ দিৱসৰ প্ৰস্তুতি
- তিনিচুকীয়াত হ’বলগা বিহাৰ দিৱসক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া
- জাঙুৰ খাই উঠিছে ৰাজ্যৰ জাতীয় দল-সংগঠন
- বিহাৰ দিৱস পাতিবলৈ নিদিও বুলি দিছিল হুংকাৰ