New Update
/asomiyapratidin/media/media_files/2025/10/09/fvdsfefregfgfdfgdf-2025-10-09-11-01-29.jpg)
- লংকাৰ কাকীত একে নিশাই তিনিটা নামঘৰত চুৰিকাণ্ড
- নিশা চোৰে ১নং কাকীৰ ৫নং গাঁৱৰ তিনিটা নামঘৰত সংঘটিত কৰে এই চুৰিকাণ্ড
- বনীয়া চুক নামঘৰ, নাথ নামঘৰ আৰু কোচ নামঘৰত চোৰৰ লুটপাত
- চোৰে নামঘৰৰ পৰা লুটিলে ৰূপৰ, কাঁহ, পিতলৰ পূজাৰ সামগ্ৰী আৰু নগদ ধন
- কাকীত দীৰ্ঘদিন ধৰি হিন্দু ধৰ্মৰ উপাসনাস্থলীত চোৰে চলাই আহিছে লুটপাত
- আজি পৰ্যন্ত আৰক্ষীয়ে গ্ৰহণ কৰিব পৰা নাই কোনো ব্যৱস্থা