New Update
- বালিপৰাৰ খনামুখ ৰাজগড়ত সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা ৷
- ৰাইজে হাটে-লোটে ধৰিলে দুধৰ্ষ চোৰক ৷
- ধৃত চোৰটোৰ নাম গুলজাৰ হুচেইন ৷
- ৰাইজে চোৰটোক লপাথপা দি চমজাই দিলে চাৰিদুৱাৰ আৰক্ষীক৷
- চোৰটোৱে খগেন অধিকাৰী নামৰ লোকজনৰ ঘৰত সংঘটিত কৰিছিল চুৰিকাণ্ড।
- ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহন কৰি দৰ্জা খুলি প্ৰৱেশ কৰিছিল ভিতৰত।
- অধিকাৰীৰ ঘৰৰ পৰা সোণৰ আ- অলংকাৰ আৰু দুখন এ টি এম কাৰ্ডসহ কেইবা লক্ষাধিক টকাৰ সা- সম্পত্তি চুৰি কৰি নিয়ে ৷