স্বাস্থ্য কৰ্মীৰ ঘৰত চুৰি কাণ্ডঃ কোনো নথকাৰ সুযোগত দিন দোপৰতে লুটি নিলে নগদ ধনসহ আ-অলংকাৰ...

আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত..

author-image
Asomiya Pratidin
New Update
স্বাস্থ্য কৰ্মীৰ ঘৰত চুৰি কাণ্ডঃ কোনো নথকাৰ সুযোগত দিন দোপৰতে লুটি নিলে নগদ ধনসহ আ-অলংকাৰ...

agrani khabar

  • মানকাচৰৰ পুৱেৰ গাঁৱত দিন দূপৰতে স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ ঘৰত চুৰি কাণ্ড।

  • আহমেদুল কবিৰ নামৰ স্বাস্থ্যকৰ্মী জনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটিলে নগদ ধন।

  • স্বাস্থ্য কৰ্মীজনৰ ঘৰৰ পৰা চোৰে লৈ যায় সোন-ৰূপৰ আ-অলংকাৰ।

  • স্বাস্থ্যকৰ্মীজনে প্ৰকাশ কৰা মতে কেবা লাখ টকাৰ সামগ্ৰী লুট কৰি নিয়ে চোৰে।

  • জানিব পৰা মতে ঘৰৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল চোৰ।

  • প্ৰথমে গছ বগাই ঘৰখনত উপস্থিত হৈ তলা ভাঙি ঘৰৰ ভিতৰত প্ৰবেশ কৰে ।

  • ঘটনাৰ পিছতে মানকাচৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

  • স্বাস্থ্য কৰ্মীজনৰ লগতে তেওঁৰ পত্নীও চাকৰি সূত্ৰে প্ৰতিদিনে ঘৰৰ বাহিৰত থাকিব লাগে।

  • ঘৰত তলা ওলমাই দুয়ো বাহিৰত থকাৰ সুযোগ গ্ৰহণ কৰিলে চোৰে।

mancachar