New Update
/asomiyapratidin/media/media_files/2025/04/13/VhqAhsJbFozQLlUvq4MI.jpg)
চাঞ্চল্যকৰ ঘটনা
- ৰঙাপৰাৰ কলনী চাহ বাগিচাত সংঘটিত হ'ল জঘন্য হত্যাকাণ্ড
- জয় গুৰু মন্দিৰৰ সন্মুখত বাগিচাখনৰ এজন যুৱকক গুলিয়াই হত্যা
- নিহত যুৱকজনৰ নাম ডেভিদ চাংগা
- কলনী চাহ বাগিচাৰ হস্পিতাল লাইনত ঘৰ ডেভিদ
- নিশা প্ৰায় ১২-৩০ মান বজাত সংঘটিত হয় ঘটনাটো
- ওচৰৰ এগৰাকী মহিলাই নিশা শুনিছিল গুলীৰ শব্দ
- ঘটনাস্থলীৰ পৰা উদ্ধাৰ হয় এটা খালি কাৰ্টিচ
- ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
- ডেভিদ চাংগা ৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us