হাঁহচৰা ঢেকেৰী গাঁৱৰ সমীপত বাঘৰ মুক্ত বিচৰণ

শিৱসাগৰ জিলাৰ হাঁহচৰা ঢেকেৰী গাঁৱৰ সমীপৰ দৰিকা নৈৰ কাষত বাঘৰ সন্ত্ৰাস।  আজি বহু দিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে বাঘে। 

author-image
Asomiya Pratidin
New Update
194

ইয়াত থকা 'বাঘ'ৰ ফটোখন ইণ্টাৰনেটৰ পৰা লোৱা হৈছে

  • শিৱসাগৰ হাঁহচৰা ঢেকেৰী গাঁৱৰ সমীপত বাঘৰ মুক্ত বিচৰণ।
  • দীৰ্ঘদিন ধৰি চলাই আহিছে সন্ত্ৰাস। 
  • কাণসাৰ নাই শিৱসাগৰ জিলা বন বিভাগৰ। 
  • হাতে হাতে দা-যাঠি জোং লৈ বাঘ খেদিবলৈ ওলাই আহিল সৰ্বসাধাৰণ ৰাইজ।
  • শিৱসাগৰ জিলাৰ হাঁহচৰা ঢেকেৰী গাঁৱৰ সমীপৰ দৰিকা নৈৰ কাষত বাঘৰ সন্ত্ৰাস। 
  • আজি বহু দিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে বাঘে। 
  • স্থানীয় ৰাইজৰ বহু পোহনীয়া গৰু ছাগলী নিধন কৰি আহিছে বাঘে। 
  •  দিন দুপৰতেই বাঘে সন্ত্ৰাস চলাই অহাৰ অভিযোগ ৰাইজৰ। 
বাঘ