পাঠশালাৰ শৰ্মা টকীজৰ তিনিদিনৰ অনলাইন টিকট ইতিমধ্যে শেষ

আইন শৃংখলা নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে বজালী আৰক্ষীৰ লগত আলোচনা শৰ্মা টকীজ কৰ্তৃপক্ষৰ। পাঠশালা জুবিন গাৰ্গ ফেন ক্লাৱে ৰৈ ৰৈ বিনালে ছবি বিনামূলীয়াকৈ দেখুওৱাব শাৰীৰিকভাৱে সক্ষম লোকক।

author-image
Asomiya Pratidin
New Update
67
  • ৩১ অক্টোবৰ ২০২৫ত ছবিগৃহলৈ আহিব বহু প্ৰতীক্ষিত ছবি 'ৰৈ ৰৈ বিনালে'
  • নাট্যনগৰী পাঠশালাত শৰ্মা টকীজৰ তিনিদিনৰ অনলাইন টিকত ইতিমধ্যে শেষ।
  • আইন শৃংখলা নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে বজালী আৰক্ষীৰ লগত আলোচনা শৰ্মা টকীজ কৰ্তৃপক্ষৰ।
  • পাঠশালা জুবিন গাৰ্গ ফেন ক্লাৱে ৰৈ ৰৈ বিনালে ছবি বিনামূলীয়াকৈ দেখুওৱাব শাৰীৰিকভাৱে সক্ষম লোকক।
  • জুবিন গাৰ্গৰ সপোনৰ ছবিয়ে তুলিছে আলোড়ন।
  • কেৱল অসমতে নহয় সমগ্ৰ দেশত চৰ্চিত।
    ‘ৰৈ ৰৈ বিনালে’ চাবলৈ অধীৰ অপেক্ষাত জুবিনপ্ৰেমী
  • শৰ্মা টকিজত বৃদ্ধি দৰ্শনীৰ সংখ্যা।
জুবিন গাৰ্গ ৰৈ ৰৈ বিনালে পাঠশালা