কঠিয়াতলী ৰেংবেঙত বন্যহস্তীৰ সন্ত্ৰাস

নগাঁৱৰ কন্দলী আৰু কঠিয়াতলী ৰেংবেঙত বন্যহস্তীৰ সন্ত্ৰাস ৷  এটা বৃহৎ হাতীৰ জাকে অঞ্চলকেইটাত দীৰ্ঘদিন ধৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে। 

author-image
Asomiya Pratidin
New Update
বন্যহস্তীৰ সন্ত্ৰাস
  • নগাঁৱৰ কন্দলী আৰু কঠিয়াতলী ৰেংবেঙত বন্যহস্তীৰ সন্ত্ৰাস ৷ 
  • এটা বৃহৎ হাতীৰ জাকে অঞ্চলকেইটাত দীৰ্ঘদিন ধৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে। 
  • এইপৰ্যন্ত ১৮ টাকৈ বাসগৃহ ভাঙি চূৰমাৰ কৰাৰ লগতে বৰোধানৰ বহু কৃষিভূমি নষ্ট কৰে ৷ 
  • খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীৰ জাকটোৱে গ্ৰামাঞ্চলত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰে ৷ 
  • হাতী খেদিবলৈ বন বিভাগে চেষ্টা কৰে যদিও বিফল হয় ৷
বন্যহস্তীৰ তাণ্ডৱ বন্যহস্তী