New Update
/asomiyapratidin/media/media_files/2025/10/28/fffff-2025-10-28-14-09-46.jpg)
- নগাঁৱৰ সুপৰিচিত দিহানামৰ শিল্পী লিজা শইকীয়া দাসৰ আকস্মিক বিয়োগ
- পুৱা নগাঁৱৰ কপিলী হাস্পতালত শেষ নিশ্বাস ত্যাগ
- নিউমোনিয়াত আক্ৰান্ত হৈ দুদিন ধৰি চিকিৎসাধীন হৈ আছিল তেওঁ
- নগাঁৱৰ ডিমৰুগুৰিৰ 'শংকৰী সাংস্কৃতিক গোষ্ঠী'ৰ দিহানামৰ দলৰ মুখ্য পৰিৱেশিকা আছিল লিজা শইকীয়া দাস
- তেওঁৰ মাতৃগৃহ হৈছে বেবেজীয়াৰ ১ নং গেদাৰবৰিৰ কমাৰচুকত
- নগাঁৱৰ সৰ্বত্ৰে শোকৰ ছাঁ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us