লংকা আৰু লামডিং আৰক্ষীৰ সফলতা

পুৱতি নিশা ২৪টা চাবোনৰ বাকচৰ পৰা উদ্ধাৰ কৰে হে’ৰইনখিনি।  লামডিং সংৰক্ষিত বনাঞ্চলৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নতুন বস্তিত উদ্ধাৰ।

author-image
Asomiya Pratidin
New Update
AP FOR WEB4yfbfxct
  • লংকা আৰু লামডিং আৰক্ষীৰ আন এক সফলতা ।
  • লামডিং ৰাষ্ট্ৰীয় ঘাইপথৰ নতুন বস্তিত উদ্ধাৰ বুজন পৰিমাণৰ হে’ৰইন।
  • পুৱতি নিশা ২৪টা চাবোনৰ বাকচৰ পৰা উদ্ধাৰ কৰে হে’ৰইনখিনি। 
  • লামডিং সংৰক্ষিত বনাঞ্চলৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নতুন বস্তিত উদ্ধাৰ।
  • AS-01-DT-9634 এখন বিলাসী গাড়ীত আনিছিল নিষিদ্ধ হে’ৰইনখিনি ।
  • গ্ৰেপ্তাৰ হৈছে হোজাই জিলাৰ মোৰাঝাৰৰ তাজ উদ্দিন আৰু ডবকাৰ চাবিৰ হুছেইনসহ উদালীৰ ৰস্মিতা বেগম ।
  • শ্ৰীভূমিৰ পৰা হোজাইৰ নিলবাগানলৈ আনিছিল নিষিদ্ধ বৰবিহখিনি ।
  • উদালী পহৰা চকীৰ নাকা চেকিঙত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।
আৰক্ষী