New Update
/asomiyapratidin/media/media_files/2025/05/09/VfC0wiRANkeMdO1mqLZG.jpg)
পৰিস্থিতি ভয়াৱহ : খালী কৰা হৈছে ইণ্ডিয়া গেট...
- বাজিছে যুদ্ধৰ দামামা, সৃষ্টি হৈছে ভয়াৱহ পৰিস্থিতিৰ।
- নিৰাপত্তা সংস্থা আৰু চোৰাংচোৱাৰ পৰা লাভ কৰিছে তথ্য।
- খালী কৰিব দিয়া হৈছে ইণ্ডিয়া গেট।
- অপ্ৰীতিকৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশ।
- কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সমগ্ৰ এলেকাত।
- উৰা বাতৰিৰ পৰা আঁতৰি থাকিবলৈ জনতাক আহ্বান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us