ডিজিটেল ডেস্কঃ পুনৰ অসুস্থ জুবিন গাৰ্গ। ছিজাৰত আক্ৰান্ত শিল্পীগৰাকীক দেওবাৰে পুৱা মহানগৰীৰ নেমকেয়াৰ হস্পাতালত ভৰ্তি কৰা হয়। অৱশ্যে চিকিৎসকে স্বাস্থ্য পৰীক্ষাৰ অন্তত তেওঁৰ স্বাস্থ্য সুস্থিৰ বুলি জানিবলৈ দিছে।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও জুবিন গাৰ্গক অসুস্থতাৰ বাবে উক্ত চিকিৎসালয়খনতে ভৰ্তি কৰা হৈছিল। জুবিন গাৰ্গৰ অসুস্থতাৰ খবৰ পোৱাৰ পাছতে তেওঁৰ অনুৰাগীসকলৰ উদ্বিগ্ন হৈ পৰে।
Also Read: বজালীৰ ভট্টদেৱ আৰু হোজাইৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰো নতুন উপাচাৰ্য নিযুক্তি...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us