New Update
/asomiyapratidin/media/media_files/2025/12/01/1-2025-12-01-10-30-12.jpg)
- উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ প্ৰধান সচিব হিচাবে নিযুক্তি পাইছে এজন অসমীয়া বিষয়াই
- মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ প্ৰধান সচিব হিচাবে নিযুক্তি লাভ কৰি কুন্তল শৰ্মা পাঠকে
- এই পদত নিযুক্তি পোৱা শৰ্মা পাঠক উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি
- ইয়াৰ পূৰ্বে বহু কেইটা গুৰুত্বপূৰ্ণ পদত তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল
- গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কো আছিল তেওঁ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us