দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে অসম পাবহি প্ৰধানমন্ত্ৰী

সৰুসজাইত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব বাগুৰুম্বা নৃত্যৰ এক বৰ্ণিল অনুষ্ঠান।

author-image
Asomiya Pratidin
New Update
644
  • শনিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • সৰুসজাইত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব বাগুৰুম্বা নৃত্যৰ এক বৰ্ণিল অনুষ্ঠান।
  • অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • ১৮ জানুৱাৰী ২০২৬ত কলিয়াবৰলৈ যাব প্ৰধানমন্ত্ৰী মোডী।
  • মৌচন্দা পথাৰত অনুষ্ঠিত হ’ব এখন বিশাল সভা।
  • উক্ত সভাত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোডী।
  • তাৰ পৰাই শিলান্যাস কৰিব এলিভেটেড প্ৰকল্প।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী