সামাজিক মাধ্যমত ভাইৰেল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন...

ভাইৰেল হোৱা জুবিন গাৰ্গৰ মৰণোত্তৰ প্ৰতিবেদনত নাই চিকিৎসকৰ সাক্ষৰ । ভুৱা বাতৰিৰ পৰা আঁতৰি থাকিবলৈ সকলোকে আহ্বান জনাইছে চি আই ডিৰ দলে ........

author-image
Asomiya Pratidin
New Update
1
  • সামাজিক মাধ্যমত ভাইৰেল জুবিন গাৰ্গৰ ভুৱা মৰণোত্তৰ প্ৰতিবেদন
  • ভুৱা প্ৰতিবেদনক লৈ সৰৱ SIT ৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা
  • ভাইৰেল হোৱা মৰণোত্তৰ প্ৰতিবেদনৰ কোনো ভিত্তি নাই বুলি স্পষ্ট কৰে মুন্না প্ৰসাদ গুপ্তাই
  • ভাইৰেল হোৱা মৰণোত্তৰ প্ৰতিবেদনত নাই চিকিৎসকৰ সাক্ষৰ
  • ভুৱা বাতৰিৰ পৰা আঁতৰি থাকিবলৈ সকলোকে আহ্বান SIT ৰ
  • ভুৱা বাতৰি বিয়পোৱা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সকীয়নি
জুবিন গাৰ্গ