মনোহৰ গাঁৱত তেলৰ টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত

কঠীয়াতলীৰ পৰা কামপুৰ দিশত আহি থকা অৱস্থাত মনোহৰ গাঁৱত দুৰ্ঘটনাত পতিত হয় টেংকাৰখন। টেংকাৰখনে পেট্ৰ’ল আৰু ডিজেল কঢ়িয়াই আনিছিল।

author-image
Asomiya Pratidin
New Update
gj
  • কামপুৰ -কঠীয়াতলী পথৰ মনোহৰ গাঁৱত তেলৰ টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত। 
  • কঠীয়াতলীৰ পৰা কামপুৰ দিশত আহি থকা অৱস্থাত মনোহৰ গাঁৱত দুৰ্ঘটনাত পতিত হয় টেংকাৰখন।
  • টেংকাৰখনে পেট্ৰ’ল আৰু ডিজেল কঢ়িয়াই আনিছিল।
  • পথৰ মাজত থকা গাঁতত পnagaৰি টেংকাৰখন কাষত থকা পথাৰত বাগৰি পৰা সন্দেহ স্থানীয় লোকৰ।
  • টেংকাৰখনৰ পৰা ওলোৱা তেল পথাৰলৈ বাগৰি যোৱাত আন এক সমস্যাই দেখা দিছে।
  • ঘটনাটোত কোনো লোক হতাহত হোৱা নাই।
  • ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈছে।
Kathiyatali