"বিজেপিৰ দিনত গ্ৰাম্যাঞ্চলত মদৰ দোকানৰ সংখ্যা বৃদ্ধি হৈছে"

বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি সাংসদ গৰাকীয়ে উল্লেখ কৰে, "বিজেপিৰ দিনত গ্ৰাম্য অঞ্চলত মদৰ দোকানৰ সংখ্যা বৃদ্ধি হৈছে। চৰকাৰী বিদ্যালয়ৰ দূৰৱস্থা হৈছে" বুলিও উল্লেখ কৰে সাংসদগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
বিজেপিৰ দিনত গ্ৰাম্যাঞ্চলত মদৰ দোকানৰ সংখ্যা বৃদ্ধি হৈছে

বিজেপিৰ দিনত গ্ৰাম্যাঞ্চলত মদৰ দোকানৰ সংখ্যা বৃদ্ধি হৈছে

ডিজিটেল সংবাদ, ডিমৰীয়া: গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত ডিমৰীয়া ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত ক্ষেত্ৰীত পঞ্চায়ত নিৰ্বাচনী সভাত সাংসদ গৌৰৱ গগৈ। বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি সাংসদ গৰাকীয়ে উল্লেখ কৰে, "বিজেপিৰ দিনত গ্ৰাম্য অঞ্চলত মদৰ দোকানৰ সংখ্যা বৃদ্ধি হৈছে। চৰকাৰী বিদ্যালয়ৰ দূৰৱস্থা হৈছে" বুলিও উল্লেখ কৰে সাংসদগৰাকীয়ে।

Advertisment

নিৰ্বাচনী প্ৰচাৰ সভাখনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, ত্ৰিপুৰা আৰু মনিপুৰ কংগ্ৰেছৰ সভানেত্ৰীদ্বয়ো অংশগ্ৰহণ কৰে।

পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত কংগ্ৰেছ গৌৰৱ গগৈ