New Update
/asomiyapratidin/media/media_files/2025/09/21/394-2025-09-21-07-13-51.jpg)
- মাতৃভূমিত জুবিন গাৰ্গ।
- বৰঝাৰৰ পৰা কাহিলীপাৰাৰ বাসগৃহলৈ লৈ যোৱা হৈছে শিল্পীগৰাকীক ।
- বৰঝাৰৰ পৰা জালুকবাৰীলৈ অজস্ৰ গুণমুগ্ধৰ ভিৰ ।
- পুষ্পসজ্জিত বাহনেৰে জুবিন গাৰ্গক লৈ যোৱা হৈছে বাসগৃহলৈ।
- অনুৰাগীসকলে প্ৰিয় শিল্পীগৰাকীলৈ বুলি যাচিছে ফুল।
- চাৰিওফালে অনুৰাগীৰ ভিৰ, অভাৱনীয় দৃশ্য।
- পুত্ৰলৈ চকুলো টুকি বাট চাই আছে পিতৃ কপিল ঠাকুৰ।
- নিজানে- নিতালে কফিনৰ ভিতৰত চিৰনিদ্ৰাত জুবিন গাৰ্গ।
- অন্তিম যাত্ৰা সাক্ষী হ’বলৈ ৰৈ আছে হাজাৰ- হাজাৰ অনুৰাগী।