তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে আদানী গ্ৰুপক প্ৰদান কৰিব ভুমি

বিলাসীপাৰাত অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত পুৱাৰে পৰা চলিল প্ৰশাসনৰ বুলডজাৰ। উচ্ছেদস্থলীত পৰ্যাপ্ত নিৰাপত্তাৰক্ষীৰ মোতায়ন । সন্তোষপুৰ, চৰুৱাবাখৰা আৰু চিৰাকুটা ১ম আৰু ২য় খণ্ডত ২ হাজাৰ পৰিয়ালক উচ্ছেদ

author-image
Asomiya Pratidin
New Update
web ap  dhubri
  • বিলাসীপাৰাৰ চাপৰত অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান
  • মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত পুৱাৰে পৰা চলিল প্ৰশাসনৰ বুলডজাৰ
  • উচ্ছেদস্থলীত পৰ্যাপ্ত নিৰাপত্তাৰক্ষীৰ মোতায়ন 
  • সন্তোষপুৰ, চৰুৱাবাখৰা আৰু চিৰাকুটা ১ম আৰু ২য় খণ্ডত ২ হাজাৰ পৰিয়ালক উচ্ছেদ
  • উচ্ছেদ অভিযানত গৃহহীন প্ৰায় ২০ হাজাৰ লোক
  • উচ্ছেদিত পৰিয়ালৰ মাজত সম্প্ৰতি হাহাকাৰ পৰিস্থিতি
  • অঞ্চলটোৰ ৩ হাজাৰ ৫ শ বিঘা ভুমিত চলিব এই উচ্ছেদ অভিযান
  • উচ্ছেদিত ভুমিত নিৰ্মাণ হ'ব তাপ বিদ্যুৎ প্ৰকল্প 
  • তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে আদানী গ্ৰুপক প্ৰদান কৰিব উক্ত ভুমি
  • কিছুদিন পূৰ্বে ঘৰ খালি কৰিবৰ বাবে প্ৰশাসনে জাৰী কৰিছিল জাননী
  • জাননীৰ পিছতে স্থানান্তৰিত হৈছিল অধিকাংশ পৰিয়াল
  • উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবী বিভিন্ন দল সংগঠনৰ
উচ্ছেদ উচ্ছেদ অভিযান