New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
- মহানগৰীৰ মাজমজিয়াত অপহৰণ কাণ্ড।
- পাণবজাৰৰ পৰা অপহৰণ এগৰাকী বয়োজ্যেষ্ঠ লোকক।
- স্কৰপিঅ’ বাহনত লৈ যোৱা অৱস্থাত গাড়ীৰ পৰা জঁপিয়াই দিয়ে লোকজনে।
- উলুবাৰীত গাড়ীৰ পৰা জঁপিয়াই দিয়ে লোকজনে।
- ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে উদ্ধাৰ কৰে লোকজনক।
- এই ঘটনাৰ পাছতে এতিয়া সমগ্ৰ মহানগৰীত চাঞ্চল্যৰ সৃষ্টি হৈছে।