গুৱাহাটীলৈ স্থানান্তৰ গুলীবিদ্ধ সাংবাদিক অভিদ্বীপ শইকীয়াক...

শনিবাৰে মণিপুৰৰ সেনাপতি জিলাৰ লাই গাঁৱত অনুষ্ঠিত জিনিয়া মহোৎসৱৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ দুৰ্বৃত্তৰ গুলীচালনাত গুৰুতৰভাৱে আহত হৈছিল নাগালেণ্ডৰ হৰ্নবিল টিভিৰ জ্যেষ্ঠ সাংবাদিক তথা যোৰহাট মৰিয়নীৰ অভিদ্বীপ শইকীয়া

author-image
Asomiya Pratidin
New Update
1
  • নাগালেণ্ডত গুলীবিদ্ধ সাংবাদিক অভিদ্বীপ শইকীয়াক গুৱাহাটীলৈ স্থানান্তৰ
  • গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎ‍সালয়লৈ প্রেৰণ অভিদ্বীপ শইকীয়াক
  • অভিদ্বীপ শইকীয়াৰ শৰীৰৰ পৰা এতিয়াও উলিয়াব পৰা নাই দুটাকৈ গুলী
  • বুকু আৰু সোঁ-ভৰিত সোমাই আছে গুলী দুটা
  • উচ্চ ৰক্তচাপ নিয়ন্ত্রণলৈ নহাত নাগালেণ্ডৰ পৰা গুৱাহাটীলৈ প্রেৰণ
সাংবাদিক আক্ৰমণ সাংবাদিক