New Update
/asomiyapratidin/media/media_files/2025/05/20/2sUZk8SLG1tJQazvllta.jpg)
ভংয়কৰ অগ্নিকাণ্ড
- শিৱসাগৰত ভংয়কৰ অগ্নিকাণ্ড
- জয়সাগৰৰ এনএমআৰ মটৰ্চ নামৰ ই-স্কুটী ডিলাৰত অগ্নিকাণ্ড
- অগ্নিকাণ্ডত জাহ যায় বহু কেইখন ই-স্কুটী
- এতিয়াও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ
- ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ দল