New Update
/asomiyapratidin/media/media_files/2025/05/26/YhuR91ccNLMAZ0lgPV6l.jpeg)
জামিন পালে শংকৰজ্যোতি বৰুৱাই
- শংকৰজ্যোতি বৰুৱাৰ জামিন মঞ্জুৰ
- গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন
- তনু শ্বাহীৰ এজাহাৰৰ ভিত্তিত হৈছিল গ্ৰেপ্তাৰ
- ১৯ মে'ত ডিব্ৰুগড় আৰক্ষীয়ে কৰিছিল গ্ৰেপ্তাৰ
- ৯০/২০২৫ নং গোচৰত জামিন লাভ শংকৰজ্যোতিৰ
- ৩০ হাজাৰ টকা বেইল বণ্ডৰ বিনিময়ত অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us