/asomiyapratidin/media/media_files/2025/08/31/dddddddd-2025-08-31-09-27-44.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰৰ বিশিষ্ট সমাজকৰ্মী, উদ্যোগপতি তথা শংকৰদেৱ শিক্ষা নিকেতন,গহপুৰৰ সভাপতি উদয় আদিত্য গোস্বামীয়ে কালি মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পূঁজিলৈ চেক যোগে কিছু আৰ্থিক বৰঙণি আগবঢ়ায়।
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত এই চেক নিজ হাতে প্ৰদান কৰে উদয় আদিত্য গোস্বামীয়ে।উদয় আদিত্য গোস্বামীৰ এই মহানুভৱতাক শলাগ লৈছে সকলোৱে।
ইয়াৰ পূৰ্বেও তেওঁ ক'ভিড-১৯ ৰ সময়ত মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূজিলৈ ১১ লাখ টকা আৰু আৰোগ্য নিধিলৈ আগবঢ়াইছিল ২১ লাখ টকাৰ বৰঙণি।