/asomiyapratidin/media/media_files/2025/12/11/456-2025-12-11-09-23-03.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙাৰ সোণালী বাঘে দৃষ্টি আকৰ্ষণ কৰিছে দেশী -বিদেশী পৰ্যটকৰ। কাজিৰঙালৈ অহা পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে সোণালী বাঘ ৷
সোণালী বৰণৰ বাঘ দৰ্শন কৰি উৎফুল্লিত হৈ পৰিছে পৰ্যটকসকল ৷ বৰণ সলনি হৈ সোণালী হোৱা বাঘটো প্ৰকৃতাৰ্থত মেলানাষ্টিক প্ৰব্লেমৰ বাবে হোৱা বুলি উল্লেখ কৰিছে অভিজ্ঞ টুৰিষ্ট গাইডে ৷
বৈজ্ঞানিক কাৰণবশতঃ বৰণ সোণালী হোৱা বাঘটো কহঁৰা বনাঞ্চলৰ কাঠপৰাত সঘনে দৰ্শন হৈছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us