/asomiyapratidin/media/media_files/2025/05/29/RT7dJNdJ39DpvdKVmVnc.jpg)
ডিজিটেল সংবাদ, ধেমাজি : উত্তৰ অসমত অচিৰেই পাইপ লাইন গেছৰ ঘৰুৱা সংযোজন আৰম্ভ হ’ব। ধেমাজিৰ কোলাজানত উত্তৰ পাৰৰ প্ৰথমটো চিএনজি ফিলিং ষ্টেচন আনুষ্ঠানিকভাৱে মুকলি কৰি এই মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই ৷
নৰ্থ ইষ্ট গেছ ডিষ্টিবিউচন কোম্পানী লিমিটেডৰ অধীনত উত্তৰ অসমৰ কোলাজানত প্ৰথমটো চিএনজি ফিলিং ষ্টেচন বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ ইয়াৰ জৰিয়তে পেট্ৰল- ডিজেলতকৈও কম মূল্যত গেছ ভৰাই যান- বাহন চলাচল কৰিব পাৰিব ৷
অনুষ্ঠানত বি চি পি এল , অসম গেছ কোম্পানী , নৰ্থ ইষ্ট গ্ৰেছ ডিষ্টিবিষ্টন কোম্পানী লিমিটেডৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ৷