ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন হ'ব যুগনায়কৰ শেষকৃত্য...

শিল্পী গৰাকীক পিন্ধাই দিয়া হৈছে তেওঁৰ প্ৰিয় ড্ৰেগণ সাজযোৰ। উক্ত স্থানত উপস্থিত হৈছে পিতৃ-পত্নীৰ লগতে ভগ্নী পমী,ৰাহুল আৰু অৰুণ গাৰ্গ। আৰম্ভ হৈছে শ্ৰদ্ধাঞ্জলি পৰ্ব।

author-image
Asomiya Pratidin
New Update
new ap web 2 (18)
  • সোণাপুৰৰ হাতিমুৰাত উপস্থিত হিয়াৰ আমঠু জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ।
  • শিল্পী গৰাকীক পিন্ধাই দিয়া হৈছে তেওঁৰ প্ৰিয় ড্ৰেগণ সাজযোৰ
  • উক্ত স্থানত উপস্থিত হৈছে পিতৃ-পত্নীৰ লগতে ভগ্নী পমী,ৰাহুল আৰু অৰুণ গাৰ্গ।
  • আৰম্ভ হৈছে শ্ৰদ্ধাঞ্জলি পৰ্ব।
  • মুখ্যমন্ত্ৰীয়ে জনালে শ্ৰদ্ধাঞ্জলি।
  • ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন হ'ব শেষকৃত্য
  • ২১ জাই গাণ চেল্যুটেৰে দিব শেষ বিদায়।
জুবিন গাৰ্গ