New Update
/asomiyapratidin/media/media_files/2025/10/03/whatsapp-i-2025-10-03-18-42-55.jpeg)
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা
- জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ বাবে ন্যায়িক আয়োগ গঠন
- সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠন হ'ব এই আয়োগ
- আয়োগৰ নেতৃত্বতে হব তদন্ত
- ন্যায়াধীশ শইকীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ
- শনিবাৰে প্ৰদান কৰিব GMCH য়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন
- জুবিনৰ পত্নী গৰিমা শইকীয়াক প্ৰদান কৰিব প্ৰতিবেদনখন