SRৰ পাছত প্ৰকাশ পালে অসমৰ চূড়ান্ত ভোটাৰ তালিকা

অসমৰ মুঠ ভোটাৰৰ সংখ্যা ২,৪৯,৫৮,১৩৯গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ১,২৪, ৮২,২১৩ গৰাকী।

author-image
Asomiya Pratidin
New Update
87
  • SRৰ পাছত প্ৰকাশ পালে অসমৰ চূড়ান্ত ভোটাৰ তালিকা।
  • অসমৰ মুঠ ভোটাৰৰ সংখ্যা ২,৪৯,৫৮,১৩৯গৰাকী।
  • ইয়াৰে পুৰুষ ভোটাৰ ১,২৪, ৮২,২১৩ গৰাকী।
  • অসমত মহিলা ভোটাৰৰ সংখ্যা ১,২৪,৭৫,৫৮৩গৰাকী।
  • তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৩৪৩গৰাকী।
  • চূড়ান্ত ভোটাৰ তালিকাত এই সংখ্যা ০.৯৭ শতাংশলৈ হ্ৰাস।
  • অসন্তুষ্টি থাকিলে মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত কৰিব পাৰিব ২য় আপিল।
চূড়ান্ত ভোটাৰ তালিকা