এক্সন মোডত প্ৰশাসন

মুখ্যমন্ত্ৰীৰ নিদেৰ্শৰ পাছতেই তৎপৰতা পৰিছে প্ৰশাসন। শীঘ্ৰে আৰম্ভ হ'ব উচ্ছেদ অভিযান।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-16 at 3.32.57 PM

ডিজিটেল সংবাদ,কামপুৰঃ মুখ্যমন্ত্ৰীৰ নিদেৰ্শৰ পাছতেই তৎপৰতা পৰিছে প্ৰশাসন। শীঘ্ৰে আৰম্ভ হ'ব উচ্ছেদ অভিযান।

উল্লেখ্য যে,নগাঁৱৰ কামপুৰ ৰাজহচক্ৰৰ কামপুৰ বন আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ ভূমিত বুলডজাৰ চলাবলৈ সাজু  প্ৰশাসন।

অচিৰেই ২০০০ বিঘাতকৈ অধিক বেদখকৃত ভূমিত প্ৰশাসনে চলাব উচ্ছেদ অভিযান।

তাৰোপৰি সকলোকে সষ্টম হৈ পৰা দেখা গৈছে। 

কামপুৰ