New Update
/asomiyapratidin/media/media_files/2026/01/26/704-2026-01-26-10-44-46.jpg)
- ঠিকাদাৰ এম পি আগৰৱালা আৰু তেখেতৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে এজাহাৰ দাখিল ছাত্ৰ নেতা পিণ্টু গগৈৰ।
- মৰঙিৰ দৈগ্ৰোঙৰ পদপথ নিৰ্মাণকাৰ্য্যৰ স্থলীত আগৰৱালাই পাতি থোৱা মৰণফাণ্ডত পৰি কেইবাজনো আঘাতপ্ৰাপ্ত হৈছে।
- এই অভিযোগৰ ভিত্তিত নুমলীগড় গ্ৰাম্য আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,অসমৰ সভাপতি পিণ্টু গগৈয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us