New Update
/asomiyapratidin/media/media_files/2026/02/04/cmgauragaggav-2026-02-04-18-53-39.jpeg)
- চাৰিগৰাকী কংগ্ৰেছ নেতাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৰিব গোচৰ।
- গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, জিতেন্দ্ৰ সিং ছালৱাৰ, ভূপেশ বাঘেলৰ বিৰুদ্ধে গোচৰ তৰিব মুখ্যমন্ত্ৰীয়ে।
- ৯ ফেব্ৰুৱাৰীত কংগ্ৰেছ নেতা কেইগৰাকীৰ বিৰুদ্ধে গোচৰ তৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- দেৱানী আৰু ফৌজদাৰী মানহানি (Civil and Criminal Defamation)ৰ গোচৰ তৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
- বুধবাৰে কংগ্রেছে মুখ্যমন্ত্রীৰ বিৰুদ্ধে উত্থাপন কৰিছিল বিস্ফোৰক অভিযোগ।
- দুৰ্নীতিগ্রস্ত, প্রতাৰক, বিশ্বাসঘাতক আখ্যাৰে মুকলি কৰিছিল ভিডিঅ’।
- মুখ্যমন্ত্রীৰ পৰিয়াল ১২ হাজাৰ বিঘা ভূমি, ১৭টা কোম্পানীৰ মালিক বুলি কৈছিল কংগ্ৰেছ নেতা কেইজনে।
- এই মন্তব্য মিছা, বিদ্বেষপূৰ্ণ আৰু মানহানিমূলক বুলি সামাজিক মাধ্যমত কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
- ন্যায়ালয়ত প্ৰতিটো অভিযোগ প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us