New Update
/asomiyapratidin/media/media_files/2025/11/30/ap-web-5-2025-11-30-13-32-36.jpg)
- বিটিচিৰ সচিবালয়ত সংঘটিত ঘটনাৰে জড়িতৰ বিৰুদ্ধে গোচৰ ৰুজু
- শনিবাৰে প্ৰতিবাদকাৰী শিক্ষাৰ্থীয়ে সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতিৰ
- বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা BTC সচিবালয়লৈ উলিয়াইছিল প্ৰতিবাদী সমদল
- প্ৰতিবাদকাৰীয়ে ক্ষতি কৰিছিল বহু সা-সম্পত্তি, নথি-পত্ৰ
- ঘটনাৰ পিছতেই এজাহাৰ দাখিল কৰে GAD-য়ে
- এজাহাৰৰ সৈতে সংলগ্ন কৰে প্ৰতিবাদৰ ভিডিঅ’
- ঘটনাত জড়িতৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ আহ্বান
- বিটিচিৰ সচিবালয়ৰ অধ্যক্ষই দাখিল কৰে এজাহাৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us