New Update
/asomiyapratidin/media/media_files/2025/06/21/dangor-khobr-19-2025-06-21-14-26-08.webp)
- পশ্চিম কাৰ্বি আংলঙৰ প্ৰতিবাদস্থলীৰ পৰা উদ্ধাৰ এটি মৃতদেহ।
- অগ্নিসংযোগ কৰা এটা ঘৰত উদ্ধাৰ মৃতদেহটো।
- উদ্ধাৰ হোৱা মৃতদেহটো সূৰয দে’ নামৰ এজন ব্যক্তিৰ ।
- প্ৰতিবাদৰ সময়তে একাংশই অগ্নিসংযোগ কৰিছিল ঘৰটোত।
- অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপণৰ সময়ত উদ্ধাৰ কৰে মৃতদেহটো।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us